Covid-19কেৰালাভাৰত

কৰ’ণা ভেকচিন অপচয় ৰোধত শীৰ্ষত কেৰালা

কৰ’ণা ভেকচিন অপচয় ৰোধত  দেশৰ অন্য ৰাজ্যৰ তুলনাত স্বাস্থ্যখণ্ডত কেৰালা যে শীৰ্ষত আৰু উত্তম, সেয়া আকৌ এবাৰ প্ৰমাণ হ’ল৷

প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা, কেৰলাৰ স্বাস্থ্যকৰ্মী-নাৰ্ছ দেশৰ ভিতৰতে দক্ষ।

কৰ’ণা কেন্দ্ৰীক পৰিস্থিতিত কেৰলাৰ স্বাস্থ্যকৰ্মী-নাৰ্ছে ভেকচিন অপচয় ৰোধ  সম্ভৱ কৰি তুলিছে। আৰু ভেকচিন অপচয় ৰোধত দেশৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে কেৰলাই৷ যাৰবাবে অকপতে প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

যিটো সময়ত বহু ৰাজ্যত ভেকচিনৰ ব্যাপক নাটনি হৈছে সেই সময়তে কেৰলাৰ নাৰ্ছে অতি দক্ষতাৰে নিৰ্ধাৰিত পালিতকৈ অতিৰিক্ত ভাৱে পালি সৃষ্টি কৰি বহুতকে ছিটা দিবলৈ সক্ষম হৈছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + seventeen =

Back to top button