Socialঅসমজীৱনশৈলীজ্যোতিৰ্বিজ্ঞানদৈনিক বাতৰি

আজি ভ্যালেন্টাইন্স ডে! আজিৰ দিনটোত আপোনাৰ ভাল বেয়াৰ বিষয়ে জানি লওক…

আজিৰ ৰাশিফল..

মেষ ৰাশি ফলাফল(Monday, February 14, 2022)-
আপোনাৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব সেইবাবে আপুনি হতাশো হৈ যাব পাৰে। কিন্তু সুখ আপোনাৰ নিৰাশাৰ তুলনাত বহুত বেছি হব। যাত্ৰা কৰিব বিচাৰিছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দিব। স্বতন্ত্ৰ হোৱাৰ চেষ্টা কৰক আৰু নিজৰ নিৰ্ণয় নিজে লওক। আজি আপোনাৰ মনোযোগ অফিচৰ কামত নালাগিব।

শুভ নম্বৰ :- 7
শুভ ৰং :- মাখন আৰু বগা

মিথুন ৰাশি ফলাফল(Monday, February 14, 2022)-
স্বাস্থ্যৰ ফালেদি ভাল যদিও খোৱা বোৱাৰ ভলকৈ যত্ন ল’ব। আজি আপুনি টকা পইচা বিনিয়োগ কৰিব। বেলেগৰ সমালোচনাত গুৰুত্ব নিদিব। আজি প্ৰিয়জনৰ প্ৰেমৰ অনুভৱ কৰিব। সেইবাবে আজি আপোনাৰ দিনটো ধুনীয়াকৈ যাব। ব্যৱসায়ৰ বিষয়ে আনৰ লগত কথা নাপাতিব। যদি আপুনি এনেকুৱা কৰে তেন্তে আপোনাৰ বহুত ডাঙৰ সমস্যাৰ সৃষ্টি হব পাৰে। আজি মানসিক শান্তি লাভ কৰিব পাৰে।

শুভ নম্বৰ :- 4
শুভ ৰং :- মটীয়া আৰু ছাই ৰং

সিংহ ৰাশি ফলাফল(Monday, February 14, 2022)-
নিজৰ স্বাস্থ্যৰ যত্ন লব বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব। পইচা ধাৰত দিয়াৰ পৰা দূৰত থাকিব। ঘৰুৱা বিষয় সমূহত গুৰুত্ব দিব। প্ৰেমত অলপ কষ্ট পাব পাৰে। দিনৰ আৰম্ভণিৰ পৰা শেষলৈকে নিজৰ শক্তিৰ কম অনুভৱ নকৰিব।

শুভ নম্বৰ :- 6
শুভ ৰং :- স্বচ্ছ আৰু গুলপীয়া

তুলা ৰাশি ফলাফল (Monday, February 14, 2022)-
আজিৰ দিনটোত আপুনি জীৱনটো সম্পুৰ্ণ ৰূপে জীয়াব। আৰ্থিক দিশত আপোনাৰ উন্নতি হ’ব। অলপ সাৱধানেৰে থাকিব, কাৰণ আপোনাৰ প্ৰিয়জনে আপোনাক প্ৰশংসাৰে নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিব। ঘৰৰ সৰুবোৰৰ লগত ক্থা পাতি অৱসৰ সময়খিনি খুব ভালকৈয়ে ব্যৱহাৰ কৰক।

শুভ নম্বৰ :- 7
শুভ ৰং :- মাখন আৰু বগা

ধনু ৰাশি ফলাফল (Monday, February 14, 2022
সৃজনশীল কামে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। আজি ঘৰত আৰু ঘৰৰ চাৰিওফালে সৰু-সুৰা পৰিৱৰ্তন কৰিলে আপোনাৰ ঘৰ খন শুৱনি হৈ উঠিব। প্ৰেমৰ ধনাত্মক সংকেত পাব পাৰে। কাম-কাজৰ বাবে আজি প্ৰশংসা লাভ কৰিব পাৰে। আজি মোবাইল বা টিভিত প্ৰয়োজনতকৈ বেছি সময় নষ্ট হ’ব পাৰে। আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হ’ব।

শুভ নম্বৰ :- 6
শুভ ৰং :- স্বচ্ছ আৰু গুলপীয়া

কুম্ভ ৰাশি ফলাফল (Monday, February 14, 2022)-
আবেগত ভাহি কোনো নিৰ্ণয় নলব, ই আপোনাৰ সন্তানৰ হানি কৰিব। যদি আপুনি নিজৰ আয়ত বৃদ্ধিৰ বাবে নতুন উৎস বিচাৰি আছে, তেনেতে সুৰক্ষিত আৰ্থিক পৰিযোজনা সমূহত নিৱেশ অথবা বিনিয়োগ কৰিব পাৰে। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে ভাল সুযোগ আহিব। প্ৰেমৰ এক নতুন আৱেগ অনুভব কৰিব। আজি আপোনাৰ মনোযোগ অফিচৰ কামত নালাগিব। আজি আপোনাৰ সময় অলপ অপচয় হ’ব। দীঘলীয়া সময়ৰ পৰা চলি থকা কাম -কাজৰ হেঁচা আপোনাৰ বৈবাহিক জীৱনত জটিলতাৰ সৃষ্টি কৰিব পাৰে কিন্তু সকলো জটিলতা তথা সমস্যা দূৰ হৈ যাব।

শুভ নম্বৰ :- 3
শুভ ৰং :- কেশৰী আৰু হালধীয়া

বৃষ ৰাশি ফলাফল (Monday, February 14, 2022)-
আজি আপুনি শৰীৰত অধিক উৰ্জা আৰু শক্তি অনুভৱ কৰিব। গ্ৰহ- নক্ষত্ৰৰ স্থিতি আজি আপোনাৰ বাবে প্ৰতিকূল। সন্ধিয়া আত্মীয় অথবা বন্ধু বৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ অস্থিৰ স্বভাৱৰ বাবে আপোনাৰ লগত কথা বতৰা পাতোতে অধিক সমস্যাৰ সন্মূখীন হ’ব পাৰে।

শুভ নম্বৰ :- 6
শুভ ৰং :- স্বচ্ছ আৰু গুলপীয়া

কৰ্কট ৰাশি ফলাফল (Monday, February 14, 2022)- আপোনাৰ আত্ম-বিশ্বাসক আজি ভালকৈ ব্যৱহাৰ কৰক। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক। অৰ্থ ব্যয় হব পাৰে। আপোনাৰ জীৱন সংগীৰ স্বাস্থ্যইও আপোনাক চিন্তাত পেলাব পাৰে। বেলগৰ হস্তক্ষেপ আপোনাৰ গতিৰোধত বাধাৰ সৃষ্টি কৰিব। সময় অপচয় হ’ব পাৰে।

শুভ নম্বৰ :- 8
শুভ ৰং :- ক’লা আৰু নীলা

কন্যা ৰাশি ফলাফল (Monday, February 14, 2022)-
মাদক দ্ৰব্যৰ পৰা দূৰত থাকক। অধিক মদ্যপানে টোপনিত ব্যাঘাত জন্মাব পাৰে। পৰিয়ালৰ কোনোবা সদস্যৰ বেমাৰৰ ফলত আপোনাৰ আৰ্থিক সমস্যা হ’ব পাৰে। আপোনাৰ জ্ঞান আৰু পৰিহাসে আন লোকক প্ৰভাৱিত কৰিব। প্ৰেমত শুভ। খালি সময়ৰ সদ্ব্যৱহাৰ কৰক।

শুভ নম্বৰ :- 4
শুভ ৰং :- মটীয়া আৰু ছাই ৰং

বৃশ্চিক ৰাশি ফলাফল (Monday, February 14, 2022)-
সাৱধানে থাকক, কোনোবাই আপোনাক ঠগিব বিচাৰি আছে। মানসিক অশান্তি আৰু হতাশা বৃদ্ধি পাব পাৰে। পৰিয়ালৰ কোনোবা এগৰাকী সদস্যৰ বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হব পাৰে। আজি আপুনি ৰোমাণ্টিক ভাৱনা আৰু সপোনতে উটি ভাহি থাকিব। যদি আপুনি বিশ্বাস কৰে যে সময় অমূল্য ধন তেন্তে প্ৰয়োজনীয় পদক্ষেপ লওক। আজিৰ দিনাটো ভাল যদিও অলপ অশান্তিও হ’ব পাৰে।

শুভ নম্বৰ :- 9
শুভ ৰং :- ৰঙা আৰু মেৰুণ

মকৰ ৰাশি ফলাফল (Monday, February 14, 2022)-
খোৱাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সুস্থ থাকিবৰ বাবে নিয়মিত ব্যায়াম কৰক। পইচা ধাৰত দিয়াৰ পৰা দুৰত থাকক। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ, যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। ৰোমান্টিক সাক্ষাতকাৰ বহুত ৰোমাঞ্চকৰ হব। আপোনাৰ জীৱন সংগীৰ ৰুক্ষ ব্যৱহাৰে আপোনাক গোটেই দিনটো অশান্তিত থাকিব।

শুভ নম্বৰ :- 6
শুভ ৰং :- স্বচ্ছ আৰু গুলপীয়া

মীন ৰাশি ফলাফল (Monday, February 14, 2022)-
আজি গুৰুত্বপুৰ্ণ নিৰ্ণয় লব লগা হব পাৰে। যাৰ ফলত আপুনি হতাশগ্ৰস্থ আৰু চিন্তিত হব পাৰে। আজি অৰ্থ ঘটাত সক্ষম হব। পৰিয়ালৰ লগত সামাজিক গতিবিধিয়ে আপোনাকে ধৰি সকলোকে সুখী কৰিব। বহুত দেৰিলৈকে আপোনাৰ প্ৰিয়জনক ফোন নকৰিলে তেওঁ বিৰক্ত হ’ব। সফলতা নিশ্চয় লাভ কৰিব পাৰে। যিকোনো বিবাদত মতামত দিয়াৰ পৰা বিৰত থাকক। দৈনিন্দিন বস্তু কিনা-মেলাক লৈ জীৱন সংগীৰ লগত বাদ-বিবাদ হোৱাৰ সম্ভাৱনা আছে।

শুভ নম্বৰ :- 1
শুভ ৰং :- সুমথিৰা আৰু সোণালী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 1 =

Back to top button