AssamCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটী

খানাপাৰাৰ গুলীচালনাৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ, ৬ অভিযুক্তক গ্ৰেপ্তাৰ ভৰলু আৰক্ষীৰ

খানাপাৰাৰ গুলীচালনাৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ

খানাপাৰাৰ গুলীচালনাৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ

৬ অভিযুক্তক গ্ৰেপ্তাৰ ভৰলু আৰক্ষীৰ

গ্ৰেপ্তাৰ অৰবিন্দ ৰায়, গোবিন্দ কুমাৰ, সৌৰভ গোৱেংকাক

খানাপাৰাত ফুটগধূলিতে গুলীয়াই হত্যা অঞ্জন নাথক

অঞ্জন নাথৰ পত্নী, শাহু আৰু খুলশালীকো গ্ৰেপ্তাৰ আৰক্ষীৰ

গুলীচালনাত ব্যৱহাৰ কৰা বাইকখনো জব্দ আৰক্ষীৰ

জব্দকৃত য়ামাহা বাইকখনৰ নম্বৰ AS-01EB-3684

ঘটনা সংঘটিত কৰিবলৈ বিহাৰৰ পৰা অনা হৈছিল পিষ্টল

বৃহস্পতিবাৰে খানাপাৰাত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.