অসমখেলগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰত

পুৰুষৰ জেভলিন থ্ৰ’ত সোণ আৰু ৰূপ অৰ্জন ভাৰতৰ, ভাৰতৰ নীৰজ চোপ্ৰাই অৰ্জন কৰিলে সোণৰ পদক, কিশোৰ কুমাৰ জেনাই আজুৰিলে ৰূপৰ পদক

এছিয়াডত অব্যাহত ভাৰতীয় খেলুৱৈৰ জয়যাত্ৰা

পুৰুষৰ জেভলিন থ্ৰ’ত সোণ আৰু ৰূপ অৰ্জন ভাৰতৰ

ভাৰতৰ নীৰজ চোপ্ৰাই অৰ্জন কৰিলে সোণৰ পদক

নীৰজ চোপ্ৰাই নিক্ষেপ কৰে ৮৮.৮৮ মিটাৰ জেভলিন

কিশোৰ কুমাৰ জেনাই আজুৰিলে ৰূপৰ পদক

কিশোৰ কুমাৰ জেনাই নিক্ষেপ কৰে ৮৭.৫৪ মিটাৰ

দুয়োজন খেলুৱৈ চতুৰ্থ এটেম্পটত আজুৰিলে পদক

এতিয়ালৈ ১৭টা সোণ, ৩১টা ৰূপ, ৩২টা ব্ৰঞ্জ ভাৰতৰ

৮০টা পদক দখলেৰে তালিকাৰ চতুৰ্থ স্থানত ভাৰত

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.