leatest updateঅসমগুৱাহাটীদৈনিক বাতৰি

গৃহমন্ত্ৰীৰ আগমনক লৈ কাইলৈ মহানগৰীৰ কেইবাটাও পথত বাহাল থাকিব নিষেধাজ্ঞা…

পুৱা ৯ বজাৰ পৰা ৭ বজালৈ থাকিব এই নিষেধাজ্ঞা

কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
গৃহমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণক লৈ পথ নিৰ্দেশনা জাৰি
কেইবাটাও পথত বাহাল থাকিব নিষেধাজ্ঞা
জৰুৰীকালীন সেৱাৰ বাহনৰ বাহিৰে অন্য বাহনত নিষেধাজ্ঞা
NH27, NH 17ত লঘু-গধুৰ বাণিজ্যিক বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা
২৫ মে’ৰ পুৱা ৭ বজাৰ পৰা নিশা ১১.৩০ বজালৈ নিষেধাজ্ঞা
পাঞ্জাবাৰী ৰোড, GS ৰোডত বাণিজ্যিক বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা
AT ৰোডতো বাহন প্ৰৱেশত নিষেধাজ্ঞা
পুৱা ৯ বজাৰ পৰা ৭ বজালৈ থাকিব এই নিষেধাজ্ঞা
নিৰ্দেশনা জাৰি কৰিলে যানবাহন শাখাৰ DCPএ

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.