AssamCity newsInternationalleatest updateঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰত

উত্তৰ আইচলেণ্ডত উদগীৰণ ঘটিছে এটা জ্বালামুখীৰ, গ্ৰীণডাৱিক’ মাছমৰীয়া গাঁৱত আগ্নেয়গিৰিৰ উদগীৰণ….

উত্তৰ আইচলেণ্ডত উদগীৰণ ঘটিছে এটা জ্বালামুখীৰ

‘গ্ৰীণডাৱিক’ মাছমৰীয়া গাঁৱত আগ্নেয়গিৰিৰ উদগীৰণ

জ্বালামুখী উদগীৰণৰ সন্মোহনী দৃশ্য বন্দী কেমেৰাত

উন্নত প্ৰযুক্তিয়ে প্ৰাকৃতিক পৰিঘটনা কৰি তুলিলে দৃশ্যমান

যোৱা তিনি বছৰত ৫টাকৈ আগ্নেয়গিৰিৰ উদগীৰণ ঘটিল আইচলেণ্ডত। যোৱা ১৮ ডিচেম্বৰত ‘গ্ৰীণডাৱিক’ অঞ্চলতে অন্য এটা আগ্নেয়গিৰিৰ উদগীৰণ ঘটিছিল আইচলেণ্ডৰ ৰাজধানী ‘ৰিকজাৱিক’ৰ পৰা দক্ষিণ–পশ্চিম দিশত অৱস্থিত ‘গ্ৰীণডাৱিক’ অঞ্চলটো মূলতঃ মাছমৰীয়াসকলৰ গাঁও বুলিয়েই জনাজাত। দুখন টেকটনিক প্লেটৰ সংযোগস্থলীত অৱস্থিত আইচলেণ্ডত জ্বালামুখীৰ উদগীৰণ তেনেই স্বাভাৱিক ঘটনা। দেশখনৰ এক বিৰ্স্তীণ ভৌগোলিক অঞ্চল বিয়পি আছে লাভাৰে। তদুপৰি আইচলেণ্ড বিখ্যাত প্ৰাকৃতিক গৰমপানী উৎসৰ বাবেও।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.