AssamCity newsCMO Assamnatural disasterpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰত

চাবুৱা ডিকমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত, অতিষ্ঠ কৰি তুলিছে জনসাধাৰণক….

ডিব্ৰুগড় জিলাৰ চাবুৱা ডিকমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে। ডিকম বেংকৰ সমীপত সৃষ্টি হৈছে প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অংশসমূহ মেৰামতি নকৰাত লোকনিৰ্মাণ বিভাগৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত জনসাধাৰণ। শীঘ্ৰে ডিব্ৰুগড় জিলাৰ ডিকমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুখুৰী সদৃশ জৰাজীৰ্ণ অংশ মেৰামতি কৰাৰআহ্বানআছুৰ লগতে কেইবাটাও জাতীয় দল-সংগঠনৰ। চাবুৱা ডিকমৰ জৰাজীৰ্ণ পথৰ বাবে কেইবাজনও লোক আহত হোৱাৰ লগতে মৃত্যু হৈ বুলি স্থানীয় লোকে মত প্ৰকাশ কৰিছে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.