AssamCity newshoroscopeleatest updateঅসমগুৱাহাটীজ্যোতিৰ্বিজ্ঞানদৈনিক বাতৰিবাস্তু শাস্ত্ৰভাৰত

আজিৰ দিনটো কেনেকৈ যাব আপোনাৰ?

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন দ্বায়িত্ব লাভ কৰিব, কৰ্মত পদোন্নতি লাভ কৰিব পাৰে, হাতলৈ ধন- ধান আহিব, লগতে আজি আপুনি নিজক লৈ ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ব্যক্তিত বিকাশৰ সুযোগ লাভ কৰিব,ঘৰত শুভ কৰ্ম কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি ৰাজহুৱা কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, আৰ্থিক দিশটো টনকিয়াল হ’ব, যদিও আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ’ব, নতুন নতুন ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব সক্ষম হব, যদিও আজি আপুনি মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব ।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপুনি চেষ্টা কৰিলে কৰ্মত সফলতা লাভ কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, প্ৰেমত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, লগতে আজি বিবাহ প্ৰাৰ্থী সকলৰ ঘৰত বিবাহৰ আলোচনা হ’ব পাৰে।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত পদোন্নতি লাভ কৰিব, কৰ্মত নতুন নতুন দ্বায়িত্ব লাভ কৰিব, আজি আপোনাৰ প্ৰেমত আনন্দ বাঢ়িব লগতে আজি আপোনাৰ আপোনাৰ ব্যক্তিৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন কৰ্ম সন্ধান লাভ কৰিব, নিবনুৱা সকলৰ বাবে ভাল খৱৰ আহিব পাৰে, ঘৰুৱা কৰ্মত উন্নতি লাভ কৰিব, লগতে আজি আপুনি সামাজিক সন্মান লাভ কৰাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব, সঞ্চয় বাঢ়িব, যদিও আজি আপোনাৰ ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত দেহ মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, যদিও আজি আপুনি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব, লগতে আজি ছাত্ৰ- ছাত্ৰী সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত প্ৰেমত আনন্দ বাঢ়িব, মনৰ আশা পূৰণ হ’ব, লগতে আজি আপুনি কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি-( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ কৰিব, যদিও আজি আপুনি পুলিচ প্ৰশাসন পৰা সাৱধান হ’ব লগতে আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 5 =

Back to top button