Assamassam policeCity newsCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

কিদৰে হত্যা কৰা হৈছিল সন্দীপ সুৰেশ কাম্বলেক? মুখ খুলিছে হত্যাকাৰীয়ে……

গুৱাহাটীৰ পঞ্চতাৰকা হোটেলত হত্যাকাণ্ড

মহাৰাষ্ট্ৰৰ পুনেৰ সন্দীপ সুৰেশ কাম্বলে নামৰ যুৱকক হত্যা

মুখ খুলিছে হত্যাকাৰীয়ে

ৰেডিচন ব্লুৰ নৱম মহলাৰ কোঠা নং ৯২২

মাত্ৰ ১৫ মিনিটৰ বাবে আছিল কোঠালিত

সন্দীপৰ হাতত আছিল অঞ্জলি শ্ব’ৰ গোপন ফটো

দীৰ্ঘদিনে অঞ্জলিক ব্লেকমেইল কৰি আহিছিল সন্দীপে

ফটো বিচাৰি কলকাতালৈ  মাতি পঠাইছিল সন্দীপক

কলকাতালৈ আহিবলৈ অমান্তি হৈছিল সন্দীপ

কৌশলেৰে গুৱাহাটীলৈ মাতি পঠাইছিল সন্দীপক

সন্দীপ আৰু অঞ্জলিৰ নামত বুক আছিল দুটা কোঠা

অঞ্জলিৰ কোঠাত গোপনে অৱস্থান লৈছিল বিকাশে

গুৱাহাটীত নৈশ যাপনৰ বাবে আহিছিল সন্দীপ

সোমবাৰৰ দিনৰ ১ বজাত ৰেডিচন ব্লুলৈ আহিছিল সন্দীপ

হোটেলৰ কোঠাত ফটো বিচাৰি তিনিওৰে মাজত সংঘাত

শ্লিপিং টেবলেট, ভাং, নিচাজাতীয় দ্ৰব্য খুৱাইছিল সন্দীপক

সংঘাতৰ পিছতে সন্দীপক প্ৰহাৰ প্ৰেমিক-প্ৰেমিকাৰ

হতাহতিত আহত হৈ মজিয়াত বাগৰি পৰিছিল সন্দীপ

মূৰত আঘাত পাই প্ৰচুৰ ৰক্তক্ষয় হৈছিল পুনেৰ যুৱকজনৰ

অচেতন অৱস্থাত গামোচাৰে বন্ধা হৈছিল সন্দীপৰ হাত-ভৰি

তাৰ পাছতে ২ প্ৰেমিক-প্ৰেমিকা ওলাই আহিছিল হোটেলৰ পৰা

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.