Assamleatest updateSocial

অসম বিধানসভাৰ বিধায়কৰ বাবে এইবাৰ নিৰ্মাণ কৰা হ’ব ১৫ মহলীয়া সুউচ্চ অট্টালিকা।

বিধায়ক আৱাস চৌহদত নিৰ্মাণ কৰা হ’ব হেলিপেড

অসম বিধানসভাৰ বিধায়কৰ বাবে এইবাৰ নিৰ্মাণ কৰা হ’ব ১৫ মহলীয়া সুউচ্চ অট্টালিকা। এই অট্টালিকাত একেলগে থাকিব পাৰিব পৰিয়ালসহ ৬০গৰাকী বিধেয়ক।

বিধায়ক আৱাস চৌহদত নিৰ্মাণ কৰা হ’ব হেলিপেডো। লক্ষণীয়ভাৱে এই সিদ্ধান্তক সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.