অসমদুৰ্ঘটনা

মহানগৰীৰ উলুবাৰীৰ উৰণীয়া সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত এজন

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হাস্পতালত ভৰ্তি কৰায় চালকজনক

⚫উলুবাৰীৰ উৰণীয়া সেতুৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা

⚫ৱেগনৰ আৰু পানী কঢ়িওৱা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ

⚫গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পানী কঢ়িওৱা বাহনখনৰ চালক

⚫ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হাস্পতালত ভৰ্তি কৰায় চালকজনক

⚫ইফালে ঘটনা সংঘটিত কৰি পলায়ন ৱেগনৰৰ চালকৰ

⚫আনহাতে দুৰ্ঘটনাৰ ফলত তীব্র যান-জঁটৰ সৃষ্টি হয় উৰণীয়া সেতুত

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব ।

15 − 13 =

লগতে পৰীক্ষা কৰক
Close
Back to top button