AssamCity newsCMO Assamnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদমেল, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ……

জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদমেল

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ

অসমৰ কৰ্মচাৰীলৈ ৪% মৰগীয়া বানচ বৃদ্ধি

এপ্ৰিলৰ দৰমহাত পাব এই বৰ্ধিত মৰগীয়া বানচ

এই বৃদ্ধিৰ পাছত কৰ্মচাৰীৰ DA হ’লগৈ ৫০ %

ব’হাগ বিহুৰ প্ৰাকমুৰ্হূতত পাব এই বৰ্ধিত বানচ

নিবনুৱা যুৱক-যুৱতীৰ বাবে নতুন আঁচনি

LP, MEত চতুৰ্থ বৰ্গৰ কৰ্মী হ’ব নিজ গাঁৱৰ

HSত চতুৰ্থ বৰ্গৰ কৰ্মী হ’ব পঞ্চায়তৰ

অচিৰেই ৰাজ্য চৰকাৰে প্ৰকাশ কৰিব নীতি

বিদ্যুতৰ মাচুল সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত

৩ কিলো ৱাটৰ চ’লাৰ উৎপাদন কৰাৰ আহ্বান

৩ হাজাৰ লোকৰ ঘৰত আছে চ’লাৰ

ৰাজ্য চৰকাৰে চ’লাৰ লগাবলৈ ১৫ হাজাৰকৈ দিব চাবচিডী

অসম চৰকাৰে SBৰ লগত কথা পাতিছে এই সন্দৰ্ভত

‘আপোন ঘৰ’ৰ দৰেই লোন ল’ব পাৰিব চ’লাৰ লগাবলৈ

লোনৰ বাবে দিব নালাগে কোনো মৰ্টগেজ

সাংবাদিকৰ বাবেও থাকিব এই সুবিধা

ডাকঘৰত কৰিব পাৰিব চ’লাৰ পেনেলৰ বাবে আবেদন

চ’লাৰ পেনেলৰ বাবে ৰাজ্য চৰকাৰৰ ৰাজ সাহায্য

‘শোণিতপুৰত দালাল ওলাইছে’

‘দালালৰ কোনো স্থান নাই ইয়াত’

উঃ-পূবৰ ঔদ্যোগিক নীতিৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

৫০ হাজাৰ কোটি বিনিয়োগ দুটা বছৰত

উদ্যোগ ৪.০ৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ

ম’বাইল, কেমেৰা নিৰ্মাণৰ উদ্যোগ অসমত স্থাপনৰ সপোন মুখ্যমন্ত্ৰীৰ

ৰাষ্ট্ৰীয়কৃত বেংকে বিগত বৰ্ষত দিছে ২০ হাজাৰ কোটিৰ ঋণ

ক্ষুদ্ৰ উদ্যোগীক উপকৃত কৰিবলৈ এই ঋণ

কামৰূপ মহানগৰৰ চাৰিখন উপজিলা কাইলৈৰ পৰা আৰম্ভ হ’ব

৪ উপজিলাৰ বাবে নিয়োগ কৰা হ’ল ADC

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.