AssamCity newsCMO Assamnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

অসম বিকাশ যাত্ৰাৰ আজি সামৰণি পৰে কামৰূপৰ বাইহাটাত, কেইবাটাও প্ৰকল্পৰ উদ্বোধন শিলান্যাস আৰু ভূমিপূজন মুখ্যমন্ত্ৰীৰ

অসম বিকাশ যাত্ৰাৰ আজি সামৰণি পৰে কামৰূপৰ বাইহাটাত।

এই সামৰণি অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰকল্পৰ উদ্বোধন, শিলান্যাস আৰু ভূমিপূজন কৰে।

১ লাখ চাকৰি নিযুক্তি সম্পূৰ্ণ হ’লেই পুনৰ ৩৫ হাজাৰক নিযুক্তি দিয়া হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ।

প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে এইবাৰ কলেজীয়া ছাত্ৰীয়ে লাভ কৰিব ১০ হাজাৰকৈ টকা।

সমান্তৰালকৈ প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে থাকিব ১টাকৈ অৰুণোদয়ৰ সুবিধা।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.