অপৰাধঅসম

বেলতলাৰ নৃশংস হত্যাকাণ্ডৰ নতুন মোৰ! আৰক্ষীৰ হাতত আহি পৰিছে চি চি টিভিৰ ফুটেজ

ঘৰৰ ভিতৰৰ পৰাই ভগা হৈছিল গ্ৰীল

◾ বেলতলাৰ নৃশংস হত্যাকাণ্ডৰ নতুন মোৰ

◾ গ্ৰেপ্তাৰ কেয়াৰটেকাৰ আকাশ চৌধুৰী

◾ আকাশ চৌধুৰীৰ পত্নী, দুই বন্ধুকো সোধপোচ আৰক্ষীৰ

◾ সোধপোছ দুই বন্ধু চৈতন্যধৰ সিং আৰু পৰেশ চৌধুৰীক

◾ নিশা ঘৰলৈ যাবলৈ দিয়া হ’ল আকাশৰ পত্নীক

◾ ঘটনা সন্দৰ্ভত বুদ্ধদেৱ ওৰফে বাবুল নামৰ আন এগৰাকী লোককো আটক

◾ আৰক্ষীৰ হাতত আহি পৰিছে চি চি টিভিৰ ফুটেজ

◾ চি চি টিভিত বন্দী হৈছে দুই ব্যক্তিৰ দৃশ্য

◾ বেলতলাৰ নৃশংস হত্যাকাণ্ড তদন্ত অব্যাহত

◾ নিশা শোৱাপাটীতে নৃশংসভাৱে হত্যা বৃদ্ধ দম্পতীক

◾ ননীগোপাল বৰুৱা, পত্নী মীনা বৰুৱাক হত্যা

◾ ঘৰৰ ভিতৰৰ পৰাই ভগা হৈছিল গ্ৰীল

◾ আকাশ চৌধুৰীয়েই গ্ৰীল ভঙাৰ সন্দেহ আৰক্ষীৰ

◾ খাদ্যৰ সৈতে নিচাজাতীয় দ্ৰৱ্য খুৱাই অচেতন কৰা হৈছিল দম্পতীক

◾ তাৰ পিছত মৰিয়াই মৰিয়াই হত্যা কৰিছিল দম্পতীক

◾ সম্পত্তিৰ বাবেই এই কাণ্ড সংঘটিত কৰাৰ সন্দেহ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × one =

Back to top button