অসমগুৱাহাটীদৈনিক বাতৰি
উত্তৰ-পূবৰ ৰে’ল যাত্ৰীৰ বাবে ভাল খবৰ, শীঘ্ৰেই গুৱাহাটীৰ পৰা চলিব বন্দে ভাৰত এক্সপ্ৰেছ
উত্তৰ-পূবৰ ৰে’ল যাত্ৰীৰ বাবে ভাল খবৰ, শীঘ্ৰেই গুৱাহাটীৰ পৰা চলিব বন্দে ভাৰত এক্সপ্ৰেছ
![উত্তৰ-পূবৰ ৰে’ল যাত্ৰীৰ বাবে ভাল খবৰ, শীঘ্ৰেই গুৱাহাটীৰ পৰা চলিব বন্দে ভাৰত এক্সপ্ৰেছ উত্তৰ-পূবৰ ৰে’ল যাত্ৰীৰ বাবে ভাল খবৰ, শীঘ্ৰেই গুৱাহাটীৰ পৰা চলিব বন্দে ভাৰত এক্সপ্ৰেছ](https://prathamkhabartv.com/wp-content/uploads/2023/05/WhatsApp-Image-2023-05-21-at-11.07.10-AM-780x470.jpeg)
উত্তৰ-পূবৰ ৰে’ল যাত্ৰীৰ বাবে ভাল খবৰ
শীঘ্ৰেই গুৱাহাটীৰ পৰা চলিব বন্দে ভাৰত এক্সপ্ৰেছ
গুৱাহাটী-নিউ জলপাইগুৰিৰ মাজত চলিব ৰে’লখন
ইতিমধ্যে নিউ জলপাইগুৰিলৈ অনা হৈছে ৰে’লখন
সপ্তাহত ৬ দিন চলিব এই অত্যাধুনিক ৰে’লখন
উজনিমুৱা ৰে’লখনৰ নম্বৰ হ’ল ২২২২৭
নামনিমুৱা ৰে’লখনৰ নম্বৰ ২২২২৮
মাত্ৰ ৬ ঘণ্টাতে সম্পূৰ্ণ কৰিব ৪১০ কিঃমিঃ যাত্ৰা