leatest updateআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিভাৰত

ৰাছিয়াত নাটকীয়ভাৱে গৃহযুদ্ধৰ অৱসান। ব্যক্তিগত সেনাবাহিনী ‘ৱাগনাৰ’ উভতিল বেৰেকলৈ।

ৰাছিয়া আৰু ‘ৱাগনাৰ’ সেনাৰ মাজত কৰা হৈছে বুজাবুজি।

ৰাছিয়াত নাটকীয়ভাৱে গৃহযুদ্ধৰ অৱসান। ব্যক্তিগত সেনাবাহিনী ‘ৱাগনাৰ’ উভতিল বেৰেকলৈ। শনিবাৰে নিশা ‘ৱাগনাৰ’ৰ মুৰব্বী প্ৰিগ’জিনৰ এই ঘোষণা। গৃহযুদ্ধৰ সূচনাৰে ৰোষ্টোভ চহৰ দখল কৰিছিল ‘ৱাগনাৰে’। ৰোষ্টোভ চহৰ দখলৰ পিছত অগ্ৰসৰ হৈছিল মস্কো অভিমুখে। শনিবাৰে পুৱতি নিশা বেলাৰুছৰ ৰাষ্ট্ৰপতিৰ ঘোষণা।

ৰাছিয়া আৰু ‘ৱাগনাৰ’ সেনাৰ মাজত কৰা হৈছে বুজাবুজি। ‘ৱাগনাৰ’ প্ৰশিক্ষণ শিবিৰত সংঘটিত আক্ৰমণৰ পিছত গৃহযুদ্ধৰ পৰিৱেশ। ইউক্ৰেইনৰ সীমান্তৱৰ্তী এলেকাত আছিল ৱাগনাৰৰ শিবিৰ। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু শীৰ্ষ বিষয়াৰ বিৰুদ্ধে আক্ৰামক হৈছিল ‘ৱাগনাৰ’। ৰুছ-ইউক্ৰেইন যুদ্ধত ৰাছিয়াক সহায় কৰিছে ‘ৱাগনাৰে’। ৱাগনাৰে দখল কৰা অঞ্চলক লৈও ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীৰে মত বিবাদ ‘ৱাগনাৰ’ৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.