Assamassam policeCity newsCrimeঅপৰাধঅসমঅসম আৰক্ষীদৈনিক বাতৰিভাৰতৰাজনৈতিক

বৰপেটাৰোডৰ নিচামুক্তি কেন্দ্ৰত ভয়ংকৰ কাণ্ড, চিকিৎসাৰ নামত যুৱকৰ সৈতে মাৰপিটৰ অভিযোগ……

বৰপেটাৰোডৰ নিচামুক্তি কেন্দ্ৰত ভয়ংকৰ কাণ্ড

চিকিৎসাৰ নামত যুৱকৰ সৈতে মাৰপিটৰ অভিযোগ

মাৰপিটৰ বাবে গুৰুতৰভাৱে আহত কেইবাগৰাকীও

চিকিৎসা এৰি যুৱকৰ পলায়নৰ গুৰুতৰ অভিযোগ

নিউ লাইফ ফাউণ্ডেচন নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে অভিযোগ

কেন্দ্ৰটোৰ স্বত্বাধিকাৰী ফৰিদুল হক, কুতুবৰ আৰু সাহাদত নামৰ কৰ্মচাৰীৰে মিলি অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কোনো বিভাগীয় অনুজ্ঞাপত্ৰ নথকাকৈ নিচামুক্তি কেন্দ্ৰ মুকলি কৰাৰ লগতে কেন্দ্ৰটোত কোনো চিকিৎসক অথবা প্ৰয়োজনীয় সা–সুবিধা নথকাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ পৰা বৰপেটাৰোড আৰক্ষী থানাত ৰুজু হৈছে গোচৰ।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.