আন্তঃৰাষ্ট্ৰীয়ভাৰত

অব্যাহত আছে ‘অপাৰেচন গংগা’! যুদ্ধৰ পৰিস্থিতিত তীব্ৰ সংকটৰ সন্মুখীন হৈছে ভাৰতীয় শিক্ষাৰ্থী

ইউক্ৰেইনত আবদ্ধ ভাৰতীয় শিক্ষাৰ্থীৰ উদ্ধাৰ অভিযান অব্যাহত

◾ইউক্ৰেইনত আবদ্ধ ভাৰতীয় শিক্ষাৰ্থীৰ উদ্ধাৰ অভিযান অব্যাহত

◾পুনৰ ২৪০ যাত্ৰীসহ ষষ্ঠখন বিমান উপস্থিত হৈছেহি দিল্লীত

◾আজি পুৱাৰ ভাগলৈ ১৩৯৬ ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰা হৈছে ইউক্ৰেইনৰ পৰা

◾নিচেই পুৱা পঞ্চমখন বিমান উপস্থিত হৈছিল দিল্লীত

◾২৬ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰা হৈছিল প্ৰথমটো দল

◾আবদ্ধ ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰৰ বাবে চলোৱা হৈছে ‘অপাৰেচন গংগা’

◾প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৎপৰতাত দেওবাৰে অনুষ্ঠিত পৰ্যালোচনা বৈঠক

◾প্ৰধানমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৪ কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰত্যক্ষভাৱে কৰিব তদাৰক

◾উদ্ধাৰ অভিযান তদাৰকৰ বাবে ইউক্ৰেইন সীমান্তৱৰ্তী ৰাষ্ট্ৰত বাহৰ পাতিব ৪ মন্ত্ৰী

◾তদাৰক কৰিব মন্ত্ৰী হৰদ্বীপ পুৰী, কিৰেন ৰিজিজু

◾তদাৰকৰ দায়িত্বত জ্যোতিৰাদিত্য সিন্ধিয়া, জেনেৰেল বিকেসিং

◾ভাৰতীয় শিক্ষাৰ্থীক ৰাজধানী কিভৰ পৰা ৰোমানিয়ালৈ বিশেষ ৰে’ল

◾সোমবাৰে সান্ধ্য আইন বাতিলৰ লগে লগে চলিল বিশেষ ৰে’ল

◾ইউক্ৰেইনৰ সময় অনুসৰি পুৱা ৯ বজাত আৰম্ভ বিশেষ সেৱা

◾ইপিনে সীমান্তত হাৰাশাস্তিৰ সন্মুখীন হৈছে ভাৰতীয় শিক্ষাৰ্থী

◾যুদ্ধৰ পৰিস্থিতিত তীব্ৰ সংকটৰ সন্মুখীন হৈছে ভাৰতীয় শিক্ষাৰ্থী

◾বৰ্ণানাতীত পৰিস্থিতিৰ মাজেৰে জীৱন যুদ্ধৰ দোমোজাত ভাৰতীয় শিক্ষাৰ্থী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 5 =

Back to top button