অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

গোৱালপাৰাৰ লক্ষীপুৰত এটা লম্পটৰ কামনাৰ বলি হ’ল এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাৰ

গোৱালপাৰাৰ লক্ষীপুৰত জঘন্য ঘটনা

লম্পটৰ কামনাৰ বলি মানসিক বিকাৰগ্ৰস্ত মহিলা

গৌৰনগৰ বজাৰত আশ্রয় লৈ আছিল মহিলাগৰাকীয়ে

মাতৃত্বৰ বোজা কঢ়িয়াই ফুৰিছে দুৰ্ভগীয়া মহিলাগৰাকীয়ে

বৰ্তমান ৭ মাহৰ অন্তঃসত্বা মহিলাগৰাকী

সচেতন ৰাইজৰ তৎপৰতাত উদ্ধাৰ মহিলাগৰাকীক

কাটাৰীহাৰা শংকৰ আজান বৃদ্ধা আশ্ৰমত দিয়া হৈছে আশ্ৰয়

মহিলাগৰাকীৰ চিকিৎসাৰ দায়িত্ব একাংশ সচেতন লোকৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.