Assamassam policeleatest updateSocial
অসম-মণিপুৰ সীমান্তত তীব্ৰ উত্তেজনা
কাছাৰৰ নামদাইলঙত ভয়ংকৰ ঘটনা

অসম-মণিপুৰ সীমান্তত তীব্ৰ উত্তেজনা
কাছাৰৰ নামদাইলঙত ভয়ংকৰ ঘটনা
ৰাইজে জ্বলালে নগা উগ্ৰপন্থী সংগঠনৰ কেম্প
NNCৰ কেম্প জ্বলালে ক্ষুব্ধ স্থানীয় জনতাই
ধন দাবীৰে অতিষ্ঠ কৰিছিল সাধাৰণ ৰাইজক
ধন দাবীৰে অত্যাচাৰ চলাইছিল সাধাৰণ জনতাক
বৃহস্পতিবাৰে স্থানীয় ৰাইজে ধাৰণ কৰে ৰুদ্ৰ ৰূপ
১২ ডিচেম্বৰত সংগঠনটোৰ অস্থায়ী শিবিৰত ভয়ংকৰ ঘটনা
কেডাৰৰ মাজত গুলীয়াগুলী, এজনৰ মৃত্যু
দুদিন পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন NNC কেডাৰক
অঞ্চলটোত সম্প্ৰতি বিৰাজ কৰিছে তীব্ৰ উত্তেজনা
কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰক্ষীয়ে