অৰ্থনৈতিকঅসমআঞ্চলিকগুৱাহাটীদৈনিক বাতৰিভাৰত

নিবনুৱা যুৱক-যুৱতীলৈ সুখবৰ! ৰাজ্যৰ নিবনুৱালৈ আৰ্থিক সাহাৰ্য চৰকাৰৰ।

কোনো বেংকৰ গ্যেৰাণ্টি নোহোৱাকৈ চৰকাৰে দিব এই সাহাৰ্য

ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীলৈ সুখবৰ!

১ লাখ নিবনুৱাক আৰ্থিক সাহাৰ্য দিব ৰাজ্য চৰকাৰে।

১ লাখ নিবনুৱাক ২ লাখকৈ টকা দিয়াৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

কোনো বেংকৰ গ্যেৰাণ্টি নোহোৱাকৈ চৰকাৰে দিব এই সাহাৰ্য।

১ লাখ যুৱক–যুৱতীৰ কৰ্মসংস্থাপনৰ লক্ষ্যৰে চৰকাৰে লৈছে এই পদক্ষেপ।

গহপুৰত এই ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.