অসমদুৰ্ঘটনা

পুনৰ ৰাজ্যত মৰেল পুলিচ

অনিমেশ ভূঞা হত্যাকাণ্ড কথা হয়তো ৰাইজে এতিয়াও পাহৰিব পৰা নাই। অনিমেশ ভূঞাৰ হত্যাৰ ঘটনাৰ পৰা যেন অলপো শিক্ষা নললে একাংশই।

পুনৰ মৰেল পুলিচৰ ৰূপত একাংশ লোক।

অনিমেশ ভূঞা হত্যাকাণ্ড কথা হয়তো ৰাইজে এতিয়াও পাহৰিব পৰা নাই। অনিমেশ ভূঞাৰ হত্যাৰ ঘটনাৰ পৰা যেন অলপো শিক্ষা নললে একাংশই।

এইবাৰ স্থান চিৰাং জিলাৰ কাজলগাঁও। এজন ট্ৰাক চালক আৰু এজন ট্ৰাকৰ কৰ্মচাৰীৰ ওপৰত চলিল এদল লোকৰ নিৰ্বিচাৰ প্ৰহাৰ। চিৰাং জিলাৰ কাজলগাঁওৰ  উপায়ুক্ত কাৰ্যালয়ৰ সমিপত সংঘটিত হৈছিল এই দুৰ্ঘটনা।

এখন ট্ৰাক আৰু হুণ্ডায় বাহনৰ মাজত সংঘটিত হৈছিল দুৰ্ঘটনা। আৰু তাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় পৰিস্থিতি বুজ লোৱা সময়তে আৰক্ষী সন্মুখতে আইন হাতত তুলি ললে একাংশই।গণপ্ৰহাৰৰ সমগ্ৰ ঘটনা বন্দী হয় কেমেৰাত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − 2 =

Back to top button