অসম

চলচ্চিত্ৰপ্ৰেমী সকললৈ ভাল খবৰ!

২৩-২৯ ডিচেম্বৰলৈ গুৱাহাটী অনুষ্ঠিত হ'ব পঞ্চদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ

২৩-২৯ ডিচেম্বৰলৈ গুৱাহাটী অনুষ্ঠিত হ’ব পঞ্চদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ ।

অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলতা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।

গুৱাহাটী চিনে ক্লাবে অনুষ্ঠিত কৰিব এই মহোৎসৱ ।

দেশ-বিদেশৰ মুঠ ২১ খন চলচিত্ৰ প্ৰদৰ্শন হ’ব এই মহোৎসৱত ।

৯ খন অান্ত: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ, ৮ খন ভাৰতৰ বিভিন্ন ঠাইৰ আঞ্চলিক ভাষাৰ, দুখন অসমীয়া, মণিপুৰি এখন আৰু কোংকানি এখন চলচ্চিত্ৰ প্ৰদৰ্শন হ’ব মহোৎসৱত ।

মহোৎসৱলৈ আহিব শ্ৰীলংকা, ব্ৰাজিল, ইজিপ্ত , পৰ্তুগাল, নেপাল, বাংলাদেশ , ইকুয়েডৰ, মৰক্কো, কাজাখাস্তান, ভাৰতৰ কান্নাড, হিন্দী, মনিপুৰি আৰু পশ্চিমবংগৰ চলচ্চিত্ৰ।

উদ্বোধনী চলচ্চিত্ৰ হিচাপে প্ৰদৰ্শিত হ’ব ৰীমা বৰাৰ নৈ ।

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − seven =

Back to top button