Assamassam policeCity newsঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক
ঋণ প্ৰদানৰ নামত আহিছে নেকি অফাৰ? ঋণ দিয়াৰ প্ৰলোভনেৰে সংগ্ৰহ লাখ লাখ টকা……
![ঋণ প্ৰদানৰ নামত আহিছে নেকি অফাৰ? ঋণ দিয়াৰ প্ৰলোভনেৰে সংগ্ৰহ লাখ লাখ টকা...... ঋণ প্ৰদানৰ নামত আহিছে নেকি অফাৰ? ঋণ দিয়াৰ প্ৰলোভনেৰে সংগ্ৰহ লাখ লাখ টকা......](https://prathamkhabartv.com/wp-content/uploads/2024/03/rupohihat-fraud-case-thumb-780x470.jpg)
ঋণ প্ৰদানৰ নামত আহিছে নেকি অফাৰ?
ঋণ দিয়াৰ নামত অফাৰ পালে সাৱধান হওক
জুৰীয়াৰ ৰূপহীহাটত প্ৰৱঞ্চকৰ দৌৰাত্ম্য
গৃহ নিৰ্মাণৰ ঋণৰ নামত ধন লুটৰ অভিযোগ
Creature Organics & Farmsৰ নামত প্ৰৱঞ্চনা
ষ্টেট বেংকৰ ৰেহাইযুক্ত ঋণ দিয়াৰ প্ৰলোভন
ঋণ দিয়াৰ প্ৰলোভনেৰে সংগ্ৰহ লাখ লাখ টকা
ধন আত্মসাতৰ অভিযোগ আকিদুল, মৌচিনা বেগমৰ বিৰুদ্ধে
ঘটনাৰে জড়িত জুৰীয়াৰ বৰালীমাৰীৰ হাছেন আলি
মৌ-পালন, মৎস্য পালন আঁচনিৰ নামতো ধন লুট
বহু যুৱকৰ পৰা ধন লুট কৰি পলাতক প্ৰৱঞ্চকৰ দল