Covid-19অসমউৎসৱধৰ্মীয়ধাৰ্মিক

আজি মহাষষ্ঠী, ক’ভিড বিধি মানি অনুষ্ঠিত হ’ব পূজা

উখল-মাখল পৰিৱেশ পূজাথলীসমূহত

আজি মহাষষ্ঠী। ক’ভিড বিধি মানি অনুষ্ঠিত হ’ব পূজা। সাজু হৈছে পূজা কমিটী। উখল-মাখল পৰিৱেশ পূজাথলীসমূহত মন্দিৰ-দেৱালয়ত পূৰ্ণ উদ্যমেৰে চলিছে দুৰ্গাপূজাৰ প্ৰস্তুতি।

পূজাৰ বজাৰতো গ্ৰাহকৰ লানি নিছিগা সোঁত। ক’ভিড বিধি মানি পূজা অনুষ্ঠিত কৰিবলৈ সাজু পূজা কমিটীসমুহ।

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব ।

nine − 7 =

Back to top button