Assamleatest updatepoliticalSocial

জনতা ভৱনত দক্ষতা বিকাশ অভিযানৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ।

অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

জনতা ভৱনত দক্ষতা বিকাশ অভিযানৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ অনুষ্ঠানত অংশগ্ৰহণ। দক্ষতা বিকাশ মিছনৰ প্ৰশিক্ষণত ৫,৭৫৭ প্ৰাৰ্থীয়ে কৰিব অংশগ্ৰহণ।

ৰাজ্যৰ ভিন্ন কেন্দ্ৰত এইসকল প্ৰাৰ্থীক দিয়া হ’ব প্ৰশিক্ষণ। জলজীৱন মিছন আৰু অসম দক্ষতা বিকাশ অভিযানৰ মুঠ ৫০০ প্ৰশিক্ষকে দিব এই প্ৰশিক্ষণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই SKILL যাত্ৰা শীৰ্ষক অভিযানৰ ফ্লেগ অফ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.