অপৰাধঅসমঅসম আৰক্ষী

লেখকৰ অনুমতি অবিহনে কিতাপৰ PDF ফাইল বনাই কাৰাগাৰৰ আলহী হ’ল যুৱতী…

গোচৰ নম্বৰ হৈছে 166/22। ভাৰতীয় দণ্ডবিধি ধাৰা সন্নিৱিষ্ট হৈছে 66 Copyright Act.1957 আৰু 66 IT Act.

Copyright Act.ৰ অধীনত গ্ৰেপ্তাৰ হ’ল এগৰাকী যুৱতী। মাৰ্ঘেৰিটাৰ পৰা গ্ৰেপ্তাৰ হ’ল ববিতা গগৈ। অসম প্ৰকাশন আৰু বিক্ৰেতা সন্থাই দিয়া গোচৰৰ ভিত্তিতেই বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হয় যুৱতীগৰাকীক৷

 

প্ৰকাশন পৰিষদে প্ৰণয়ন কৰা কিতাপ অনুমতি অবিহনে PDF ফাইল বনাই বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল যুৱতীগৰাকীয়ে। যুৱতীগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে, পানবজাৰ থানাত ৰুজু হৈছে গোচৰ। গোচৰ নম্বৰ হৈছে 166/22। ভাৰতীয় দণ্ডবিধি ধাৰা সন্নিৱিষ্ট হৈছে 66 Copyright Act.1957 আৰু 66 IT Act.

 

ইয়াৰ পূৰ্বেও একেটা গোচৰত গ্ৰেপ্তাৰ হৈছিল মণ্টু ডেকা নামৰ তিনিচুকীয়াৰ এজন যুৱক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.