Covid-19

অসম পালেহি অমিক্ৰন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ দেহত অমিক্ৰন ভাইৰাছ…

বৰ্তমান জকাই ক'ভিড হাস্পতালত আইশ্বলেছনত ৰখা হৈছে ছাত্ৰজনক

⚫অসমত প্ৰথমটো অমিক্ৰন সংক্ৰমণৰ ঘটনা

⚫ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰৰ দেহত অমিক্ৰন ভাইৰাছ

⚫কিছুদিন পূৰ্বে দক্ষিণ আফ্ৰিকাৰ পৰা আহিছিল ছাত্ৰজন

⚫RMRC পৰীক্ষাগাৰত ক’ভিড পজিটিভ ধৰা পৰিছিল ছাত্ৰজনৰ

⚫ক’ভিড ধৰা পৰাৰ পিছতে যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে ছাত্ৰজনৰ নমুনা

⚫বিদেশী ছাত্ৰজনৰ পৰা আন দুজনৰ দেহতো অমিক্ৰন সংক্ৰমণ

⚫ICMRৰ বিশেষ সূত্ৰই সদৰী কৰে ছাত্ৰজন অমিক্ৰনত আক্ৰান্তৰ কথা

⚫বৰ্তমান জকাই ক’ভিড হাস্পতালত আইশ্বলেছনত ৰখা হৈছে ছাত্ৰজনক

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 17 =

Back to top button