অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা, ৩ ডিচেম্বৰত আটাই ৰাজ্যৰে ফলাফল ঘোষণা

৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা

মধ্যপ্ৰদেশত ৭ নৱেম্বৰত হ’ব বিধানসভা নিৰ্বাচন

ছত্তীশগড়ত প্ৰথম পৰ্যায়ত ৭ নৱেম্বৰত নিৰ্বাচন

২য় পৰ্যায়ত ছত্তীশগড়ত ১৭ নৱেম্বৰত নিৰ্বাচন

ৰাজস্থানত ২৩ নৱেম্বৰত বিধানসভা নিৰ্বাচন

তেলেংগানা ৩০ নৱেম্বৰত হ’ব বিধানসভা নিৰ্বাচন

মিজোৰামত ৭ নৱেম্বৰত বিধানসভা নিৰ্বাচন

৩ ডিচেম্বৰত আটাই ৰাজ্যৰে ফলাফল ঘোষণা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 1 =

Back to top button