Assamleatest updatenationalPMo indiapolitical

২৪ৰ নিৰ্বাচনী প্ৰস্তুতিক লৈ দিল্লীত বিজেপিৰ দুদিনীয়া বৈঠক

ৰাষ্ট্ৰীয় নেতা জে পি নাড্ডাৰ অধ্যক্ষতাত এই নিৰ্ণায়ক বৈঠক

’২৪ৰ নিৰ্বাচনক লৈ তৎপৰ হৈছে বিজেপিৰ শীৰ্ষ নেতৃত্ব

’২৪ৰ নিৰ্বাচনী প্ৰস্তুতিক লৈ দিল্লীত দুদিনীয়া বৈঠক

বৰ্তমানৰ সাংসদৰ ৰিপ’ৰ্ট কাৰ্ড লৈও হ’ব পৃথক বৈঠক

ৰাষ্ট্ৰীয় নেতা জে পি নাড্ডাৰ অধ্যক্ষতাত এই নিৰ্ণায়ক বৈঠক

শীৰ্ষ বৈঠকত উপস্থিত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিৰ্বাচনত বিজেপিয়ে ১৫০ নতুন প্ৰাৰ্থীক টিকট দিয়াৰ সম্ভাৱনা

নতুনক আদৰণি, পুৰণিক বিদায় সন্দৰ্ভতো হ’ব চূড়ান্ত সিদ্ধান্ত

৪১ বছৰ আৰু ৫৫ বছৰৰ নতুন প্ৰাৰ্থীৰ উদয় হ’ব ভাগ্য!

৩ ৰাজ্যত বিজয় সাব্যস্ত কৰাৰ পিছত এয়া শীৰ্ষ নেতাৰ প্ৰথম বৈঠক

২২-২৩ ডিচেম্বৰৰ বৈঠকত দলীয় নেতৃত্বক সম্বোধন কৰিব PMএ

দলৰ পৃথক পৃথক শাখাৰ প্ৰতিবেদন লৈও হ’ব আলোচনা

এই বৈঠকৰ পিছতে ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হ’ব ৰণনীতিৰ নিৰ্দেশনা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + 9 =

Back to top button