অপৰাধঅসম

নগাঁৱৰ ADP কলেজত অধ্যক্ষৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ

যৌন নিৰ্যাতনৰ অভিযোগ সহকাৰী অধ্যাপিকাৰ

◼️নগাঁৱৰ ADP কলেজত বিতৰ্ক

◼️অভিযোগ-প্ৰতিঅভিযোগত লিপ্ত শিক্ষাগুৰু

◼️কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ

◼️যৌন নিৰ্যাতনৰ অভিযোগ সহকাৰী অধ্যাপিকাৰ

◼️অধ্যক্ষ ডঃ সুৰজিৎ ভাগৱতীৰ বিৰুদ্ধে অভিযোগ

◼️স্থায়ী নিযুক্তিৰ প্ৰলোভনৰে নিৰ্যাতনৰ অভিযোগ

◼️অধ্যাপিকাৰ বিৰুদ্ধেও ব্লেকমেইলিঙৰ গোচৰ অধ্যক্ষৰ

◼️চাকৰি নাপালে যৌন নিৰ্যাতনৰ গোচৰ দিয়াৰ ভাবুকি দিছিল অধ্যাপিকাগৰাকীয়ে

ননগাঁও সদৰ আৰক্ষী থানাত ৰুজু দুটাকৈ গোচৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − eleven =

Back to top button