অসমৰাজনৈতিক

সম্পন্ন হ’ল ৰাজ্যিক কেবিনেট বৈঠক! এইকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল বৈঠকত…

আজিৰে পৰা অসমত নাথাকে ৰেভিনিউ টাউন শব্দটো

◾সম্পন্ন ৰাজ্যিক কেবিনেট বৈঠক

◾বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

◾আজিৰে পৰা অসমত নাথাকে ৰেভিনিউ টাউন শব্দটো

◾পৌৰ সভাৰ অন্তৰ্গত নগৰসমূহে ৰেভিনিউ টাউন হিচাপে থাকিব

◾ৰাজহ সম্পৰ্কীয় টাউন আৰু ইয়াৰ পৰিসৰ এলেকা নাথাকিব

◾ৰাজহ বিভাগে সংশোধনী কৰিছে এই ব্যৱস্থা

◾গাওঁ পঞ্চায়ত এলেকাত প্ৰয়োজন নহ’ব ট্ৰেড লাইচেঞ্চ

◾কেৱল সুৰা,নাৰ্চিং হোম,ইটা ভাটা,ম’বাইল টাৱাৰে ল’ব লাগিব লাইচেঞ্চ

◾প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ, শিক্ষানুষ্ঠান আদিয়েও ল’ব লাগিব ট্ৰেড লাইচেঞ্চ

◾কিন্তু ঘৰ বনালে বিল্ডিং পাৰ্মিচন নালাগে

◾উদ্যোগত নিয়োজিত প্ৰতিগৰাকী শ্ৰমিকৰ অনলাইন পঞ্জীয়ন হ’ব লাগিব

◾প্ৰতি বছৰে শ্ৰমিকসকলৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগিব

◾অস্বাস্থ্যকৰ,অসুৰক্ষিত পৰিৱেশৰ বাবে শ্ৰমিকে অভিযোগ দিব পাৰিব

◾তাৰ ব্যৱস্থা নিয়োগকৰ্তাই কৰিব লাগিব

◾চৰকাৰৰ বাজেট বহিঃৰ্ভূত শিতানৰ পুঁজি বাজেটত অন্তৰ্ভুক্ত নহয়

◾বাজেট বহিঃৰ্ভূত শিতানৰ পুঁজি ২০০ৰ পৰা ২০০০ কোটিলৈ বৃদ্ধি

◾এই শিতানৰ পুঁজি বানপানী,অন্যান্য দুৰ্যোগ,মহামাৰী আদি জৰুৰীকালিন সময়ত ব্যয়ৰ বাবে থাকিব

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 15 =

Check Also
Close
Back to top button