পৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰ

প্ৰৱল বৃষ্টিপাতৰ আগজাননী! আগন্তুক ৫ দিনলৈ হ’ব নেৰানেপেৰা বৰষুণ…

ধাৰাসাৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। ৫ দিনৰ বাবে দেশৰ বিভিন্ন স্থানত হ'ব বৰষুণ।

সলনি হ’ব জলবায়ু। দেশৰ ভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কতা।

ধাৰাসাৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। ৫ দিনৰ বাবে দেশৰ বিভিন্ন স্থানত হ’ব বৰষুণ।
২৮ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ তামিলনাডু, কেৰালা, পুডুচেৰী, অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটকত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।

বিভাগীয় তথ্য অনুসৰি, শ্ৰীলংকা উপকূলৰ দক্ষিণ-পশ্চিম বংগোপসাগৰৰ এটা নিম্ন চাপৰ এলেকাত পৰৱৰ্তী ৪৮ ঘণ্টাত ঘূৰ্ণীবতাহে পশ্চিম দিশে গতি কৰাৰ সম্ভাৱনা আছে। লগতে ২৮ অক্টোবৰ পৰা ১ নৱেম্বৰলৈ কেৰালা, তামিলনাডু, পুডুচেৰী আৰু উপকূলীয় অন্ধ্ৰ প্ৰদেশত বজ্ৰপাতৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰে বতৰ বিজ্ঞানীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.