Socialঅসম

কৃষি আইন বাতিলৰ দাবীত বন্ধ সমৰ্থকক আটক আৰক্ষীৰ

সংযুক্ত কিষাণ মৰ্চা আৰু ট্ৰেড য়ুনিয়নে জনোৱা ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ কলগাছিয়াত

ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে কলগাছিয়াত। বন্ধ সমৰ্থকক আটক কৰিলে আৰক্ষীয়ে।

কৃষি আইন বাতিলৰ দাবীৰে সংযুক্ত কিষাণ মৰ্চা আৰু ট্ৰেড য়ুনিয়নে জনোৱা ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে কলগাছিয়াত।

কলগাছিয়াৰ জনীয়া, বালাগাঁও, মইনবাড়ী, বালিকুৰী আদি অঞ্চলত ৰাইজে স্বতঃফুৰ্তভাৱে দোকান-পোহাৰ বন্ধ ৰাখি, পথ অৱৰোধ কৰি বিজেপি বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

ইপিনে, কিছু সংখ্যক বন্ধ সমৰ্থনকাৰীক অসম আৰক্ষীয়ে আটক কৰি কলগাছিয়া থানালৈ লৈ আহে।

বন্ধ সমৰ্থকক আটক কৰাৰ পাছতে অন্য বন্ধ সমৰ্থক সকলে উত্তাল কৰি তোলে পৰিৱেশ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.