অসমৰাজনৈতিক

মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা! কাৰ্যালয় নিৰ্মাণৰ বাবে প্ৰদান কৰিব ৫০ লাখ টকা

একাদশ, দ্বাদশ শ্ৰেণীত প্ৰৱৰ্তন কৰা হ’ব বড়ো মাধ্যম

◾বড়ো সাহিত্য সভাৰ অধিৱেশনত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

◾একাদশ, দ্বাদশ শ্ৰেণীত প্ৰৱৰ্তন কৰা হ’ব বড়ো মাধ্যম

◾স্নাতক, স্নাতকোত্তৰ পৰ্যায়লৈ নিয়া হ’ব বড়ো ভাষাক

◾বড়ো সাহিত্য সংস্কৃতিৰ উন্নয়নৰ বাবে ১০ কোটি টকা প্ৰদান

◾প্ৰতিখন জিলাতে হ’ব বড়ো শাখা সাহিত্য সভাৰ কাৰ্যালয়

◾কাৰ্যালয় নিৰ্মাণৰ বাবে৫০ লাখ টকাকৈ প্ৰদান কৰিব

◾৩ বছৰত সম্পূৰ্ণ হ’ব লাগিব সাহিত্য সভাৰ গৃহৰ কাম

◾বড়ো সাহিত্য সভালৈ অতিৰিক্ত ৫ কোটি দিব চৰকাৰে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 18 =

Back to top button