Assamleatest updateSocial

আদালত চৌহদৰ পৰাই আৰক্ষীৰ বেহু ফালি পলাল অপৰাধী।

আৰক্ষীৰ চকুত ধূলি দি প্ৰস্ৰাৱ কৰাৰ কৌশলেৰে পলায়ন অপৰাধীৰ।

আদালত চৌহদৰ পৰাই আৰক্ষীৰ বেহু ফালি পলাল অপৰাধী। সোমবাৰে এই ঘটনা সংঘটিত হয় চিৰাঙৰ কাজলগাঁওস্থিত সত্ৰ ন্যায়াধীশৰ আদালতত। পলাতক অপৰাধীটো অঞ্চলটোৰ মোজাবাৰীৰ ৰাকিবৰ আলী মিঞা।

এক অপৰাধমূলক গোচৰত অভিযুক্ত ৰাকিবৰক আদালতত হাজিৰ কৰোৱাৰ সময়তে প্ৰস্ৰাৱ কৰাৰ কৌশলেৰে পলায়ন কৰে আৰক্ষীৰ চকুত ধূলি দি। ৰাকিবৰৰ সন্ধানত আৰক্ষীয়ে ব্যাপক অভিযান আৰম্ভ কৰিছে যদিও লাভ কৰা নাই কোনো শুংসূত্ৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.