leatest updateঅসমদৈনিক বাতৰিভাৰত

COUNTDOWN আৰম্ভ! স্মৰণীয় ক্ষণলৈ অপেক্ষাৰত দেশবাসী।

বিয়লি ২.৩৫ বজাত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ’‍ব বহু প্ৰত্যাশিত চন্দ্ৰযান-৩

স্মৰণীয় ক্ষণলৈ অপেক্ষাৰত দেশবাসী

আজি উৎক্ষেপণ কৰা হ’ব বহু প্ৰত্যাশিত চন্দ্ৰযান-৩

বিয়লি ২.৩৫ বজাত শ্ৰীহৰিকোটাৰ পৰা কৰা হ’‍ব উৎক্ষেপণ

উৎক্ষেপণৰ বাবে সাজু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা

২০১৯ চনৰ চন্দ্ৰজান-2ৰ ব্যৰ্থতাৰ পুনৰ প্ৰয়াস ISROৰ

প্ৰায় ৬৫১ কোটি টকাতে সম্পূৰ্ণ হ’ব এই অভিযান

LVM-3ৰ দ্বাৰা উৎক্ষেপণ কৰা হ’ব চন্দ্ৰযান-৩

য’ত থাকিব প্ৰপালচন লেণ্ডাৰ আৰু লোভাৰ

উল্লেখ্য যে, ডঃ জীতেন্দ্ৰ নাথ গোস্বামীৰ পিছত এইবাৰ ভাৰতৰ চন্দ্ৰ অভিযানৰ সৈতে জড়িত হৈছে অসমীয়া যুৱ বিজ্ঞানী উত্তৰ লখিমপুৰৰ চয়ন দত্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.