অসমগুৱাহাটীবলিউড

KBCত গুৱাহাটীৰ ১৪বছৰীয়া কিশোৰী! ভাষণ শুনি হতবাক হ’ল বিগ বি!

গুৱাহাটীৰ ১৪ বছৰীয়া কণমানি KBCৰ হট চিটত

জনপ্ৰিয় টিভি অনুষ্ঠান কৌন বনেগা কৰোড়পতি ১৩ৰ ছেটত, গুৱাহাটীৰ এগৰাকী যুৱ প্ৰতিযোগীয়ে তেওঁৰ অনুপ্ৰেৰণামূলক ভাষণেৰে সকলোকে আচৰিত কৰি তুলিছে।

ৰাজনন্দিনী কলিতা নামৰ এগৰাকী ১৪ বছৰীয়া কণমানি প্ৰতিযোগীয়ে হট চিটত বহে।

ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ সপোন দেখি ৰাজনন্দিনীৰ ভাষণ দিয়াৰ প্ৰতি আগ্ৰহ আৰু প্ৰতিভা লক্ষ্য কৰাৰ পিছত, বিগ বিয়ে তেওঁক সংসদ আৰু বহি থকা সকল সাংসদ বুলি কল্পনা কৰি ভাষণ দিবলৈ কৈছিল।

ভাষণ শেষ হোৱাৰ পিছত মেগাষ্টাৰে তাইক প্ৰশংসা কৰি কয় যে, “বড়ে বড়ে নেতা এইচি ভাষণ নেহি দে পাতে”।

চহৰখনৰ চাউথ পইণ্ট স্কুলৰ ছাত্ৰী কলিতাই দেশত শিক্ষাৰ গুৰুত্বৰ ওপৰত বক্তব্য ৰাখে।

তাইৰ ভাষণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল আৰু বিশাল প্ৰশংসা লাভ কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.