আন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিমনোৰঞ্জন

নিমাৰ্ণ হ’ল আইফেল টাৱাৰৰ সন্তান! নাম ৰখা হ’ল ‘এইফেল’ ।

মূল আইফেল টাৱাৰৰ উচ্চতাতকৈ এক দশমাংশ ওখ এইটো 'এইফেল' টাৱাৰ।

সংখ্যা বাঢ়িল আইফেল টাৱাৰৰ! এতিয়াৰে পৰা পেৰিছত পৰ্যটকে দেখা পাব দুটাকৈ আইফেল টাৱাৰ। ১এপ্ৰিলত ফ্ৰান্সৰ ৰাজধানী চহৰ পেৰিছত নিৰ্মাণ কৰা হ’য় দ্ধিতীয়টো আইফেল টাৱাৰ। অৱশ্যে পাৰ্থক্যৰ বাবে এইটো আইফেল টাৱাৰৰ নাম ৰখা হৈছে ‘এইফেল’। এইফেল টাৱাৰৰ নিৰ্মাণ কৰিছে ফিলিপ মেইনড্ৰনে।

নিমাৰ্ণ হ'ল আইফেল টাৱাৰৰ সন্তান! নাম ৰখা হ'ল 'এইফেল' ।

প্ৰকৃততে এইটো এটা ‘পুতলা আইফেল টাৱাৰ’। মূল আইফেল টাৱাৰৰ উচ্চতাতকৈ এক দশমাংশ ওখ এইটো ‘এইফেল’ টাৱাৰ। এই টাৱাৰটো সজা হৈছে ৩.৯০০টা ডাঙৰ আৰু ৯০০০টা সৰু লোৰ টুকুৰাৰে। নিৰ্মাতা ফিলিপৰ মতে, এইটো আইফেল টাৱাৰৰ সন্তান হিচাপে তেওঁ সাজি উলিয়াইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + 9 =

Back to top button