Assamঅসমআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰি

বাংলাদেশত শ্বেইখ হাছিনা চৰকাৰবিৰোধী মহাৰেলী, বিৰোধী দল BNPৰ লক্ষাধিক লোকৰ প্ৰতিবাদ

বাংলাদেশত শ্বেইখ হাছিনা চৰকাৰবিৰোধী মহাৰেলী, বিৰোধী দল BNPৰ লক্ষাধিক লোকৰ প্ৰতিবাদ

বাংলাদেশত শ্বেইখ হাছিনা চৰকাৰবিৰোধী মহাৰেলী

বিৰোধী দল BNPৰ লক্ষাধিক লোকৰ প্ৰতিবাদ

প্ৰতিবাদী জনতা আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধ

প্ৰতিবাদী জনতাই জ্বলাই দিয়ে এখন আৰক্ষী থানা

প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাত আহত শতাধিক লোক

অহা জানুৱাৰী মাহত বাংলাদেশৰ নিৰ্বাচনৰ পূৰ্বে সৰৱ বিৰোধী

প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা চৰকাৰৰ পদত্যাগৰ দাবী

সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আৱাসতো আক্ৰমণ প্ৰতিবাদকাৰীৰ

হিংসাত্মক ঘটনাত কেইবাখনো বাহনত অগ্নিসংযোগ

বাংলাদেশৰ প্ৰধান বিৰোধী দল BNP আৰু সৰ্ববৃহৎ ইছলামিক দল জামাত-এ-ইছলামিৰ ১ লাখৰো অধিক সমৰ্থকে শনিবাৰে ঢাকাত উলিয়াইছিল প্ৰতিবাদী সমদল। আজি দেওবাৰেও বাংলাদেশত দেশজুৰি অব্যাহত আছে বিৰোধী দলৰ প্ৰতিবাদ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.