অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

কৰিমগঞ্জৰ নিলামবজাৰত লোমহৰ্ষক ডকাইতি, আক্ৰমণ চলাই লুটি নিলে লক্ষাধিক টকা, আহত দুজন

কৰিমগঞ্জৰ নিলামবজাৰত লোমহৰ্ষক ডকাইতি

ডকাইতৰ দলে আক্ৰমণ চলাই লুটি নিলে লক্ষাধিক টকা

সোণৰ আ-অলংকাৰো লুটি নিলে ডকাইতৰ দলটোৱে

ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন

১০-১২জনীয়া আছিল অস্ত্ৰধাৰী ডকাইতৰ দলটোত

মইনুল হক নামৰ লোকজনৰ ঘৰত নিশা এই ঘটনা

ইপিনে ডকাইত দলটোক বাধা প্ৰদান কৰিবলৈ যাওতে গৃহস্থ ময়নুল হক সহ তেওঁৰ পুত্ৰ আফজল হুছেইন’ৰ ওপৰত আক্ৰমণ চলায় ডকাইতৰ দলটোৱে

যাৰ ফলত দুইজন যথেষ্ট আঘাতপ্ৰাপ্ত হোৱাৰ বাবে ভৰ্তি কৰোৱা হয় কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত

পুৱাৰ ভাগত নিলামবজাৰ আৰক্ষী‌ উপস্থিত হৈ প্ৰাথমিক তদন্ত চলাই

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 4 =

Back to top button