অসমদৈনিক বাতৰিশিক্ষা

ব্যক্তিগত স্কুললৈ জাননী জাৰিৰ নিৰ্দেশ, বিনামূলীয়া শিক্ষা প্ৰদান সন্দৰ্ভত লোৱা নাই পদক্ষেপ

ব্যক্তিগত স্কুললৈ জাননী জাৰিৰ নিৰ্দেশ, বিনামূলীয়া শিক্ষা প্ৰদান সন্দৰ্ভত লোৱা নাই পদক্ষেপ

ব্যক্তিগত স্কুললৈ জাননী জাৰিৰ নিৰ্দেশ

বিনামূলীয়া শিক্ষা প্ৰদান সন্দৰ্ভত লোৱা নাই পদক্ষেপ

এসপ্তাহৰ ভিতৰত জাননী জাৰিৰ নিৰ্দেশ চৰকাৰক

আবেদনকৰ্তাই দিয়া স্কুল আৰু শিক্ষাৰ্থীৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ

স্কুলসমুহে শিক্ষাৰ অধিকাৰ আইনৰ ১২(গ) ধাৰা উলংঘনৰ অভিযোগ

আদালতে নিৰ্দেশ দিয়াৰ পিছতো ৱেবছাইটত নিদিলে বিজ্ঞাপন

দূখীয়া ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া শিক্ষাৰ ক্ষেত্ৰত নিদিলে বিজ্ঞাপন

৮ মে’ত ২৪/২০২৩ নং PILৰ শুনানিৰ বিপৰীতে এই নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.