AssamCity newsInternationalleatest updatenationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতৰাজনৈতিক

থাইলেণ্ডৰ নতুন প্রধানমন্ত্রী পেটংটার্ণ শ্বিনাৱাট্টা…. সকলোতকৈ কনিষ্ঠ প্ৰধানমন্ত্ৰীৰ লগতে দেশৰ দ্বিতীয়গৰাকী মহিলা প্ৰধানমন্ত্ৰী….

থাইলেণ্ডৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী, ধনকুৱেৰ থাকছিন শ্বীনাবাট্ৰাৰ ৩৭ বছৰ বয়সীয়া কন্যা পেতংতাৰ্ণ শ্বীনাবাট্ৰা দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হোৱাৰ দিশে। আজি সংসদত অনুষ্ঠিত ভোটগ্ৰহণত পেতংতাৰ্ণৰ সপক্ষে ৩১৯গৰাকী সাংসদে ভোট দিয়ে। বিপৰীতে পেতংতাৰ্ণৰ বিৰোধিতাৰে ভোট দিয়ে ১৪৫গৰাকীয়ে। পেতংতাৰ্ণ হ’ব থাইলেণ্ডৰ সকলোতকৈ কনিষ্ঠ প্ৰধানমন্ত্ৰীৰ লগতে দেশৰ দ্বিতীয়গৰাকী মহিলা প্ৰধানমন্ত্ৰী। ২০২১ চনত ফেউ থাই পাৰ্টীত যোগ দিয়া পেতংতাৰ্ণক ২০২৩ চনত দলটোৰ নেতা নিৰ্বাচিত কৰা হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.