অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

বিধ্বস্ত দলঙে জ্বলা-কলা খুৱাইছে কলিয়াবৰবাসীক, নিৰ্মাণৰ ২বছৰ পিছতে বিধ্বস্ত হৈ পৰিছে দলংখন

এখন বিধ্বস্ত দলঙে জ্বলাকলা খুৱাইছে কলিয়াবৰবাসী।

কলিয়াবৰৰ নলতলীৰ পৰা মহানগৰ সংযোগী আমবাগানৰ কুলিদোঙাত আছে এইখন দলং।

নিৰ্মাণ কৰা দুবছৰৰ ভিতৰতে বিধ্বস্ত হৈ পৰিছে দলংখন।

যিকোনো মূহুৰ্ততে দলঙখন ভাঙি ভয়ানক দূৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাই শংকিত কৰি তুলিছে স্থানীয় ৰাইজক।

বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ।

শীঘ্ৰে দলংখন নিৰ্মাণ কৰি যাতায়াতৰ সু ব্যৱস্থা কৰি দিয়াৰ আহ্বান অঞ্চলবাসীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.