অসমদৈনিক বাতৰি

দুধনৈৰ বাখ্ৰাখুটিত কুঁৱাত পৰি মৃত্যু এজন লোকৰ, পানী তুলিবলৈ গৈ পিছলি পৰি মৃত্যু মুকুট ৰাভাৰ

দুধনৈৰ বাখ্ৰাখুটিত কুঁৱাত পৰি মৃত্যু এজন লোকৰ, পানী তুলিবলৈ গৈ পিছলি পৰি মৃত্যু মুকুট ৰাভাৰ

দুধনৈৰ বাখ্ৰাখুটিত কুঁৱাত পৰি মৃত্যু এজন লোকৰ৷ পুৱতি নিশা কুৱাৰ পৰা পানী তুলিবলৈ গৈ পিছলি পৰি মৃত্যু হয় মুকুট ৰাভা নামৰ লোকজনৰ। জানিব পৰা মতে দুধনৈৰ বাখ্ৰাখুটিৰ সুশান্ত দাস নামৰ লোকজনৰ ঘৰত ভাৰাতীয়া হিচাবে আছিল মুকুট ৰাভা৷

ঘটনাস্থলিত আৰক্ষী আৰু SDRF বাহিনীৰ লোক উপস্থিত হৈ কুৱাৰ পৰা উদ্ধাৰ কৰে লোকজনৰ মৃতদেহ। মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ গোৱালপাৰালৈ প্ৰেৰণ কৰে দুধনৈ আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.