অসমদৈনিক বাতৰি

হাইলাকান্দিত বগা চাউলৰ ক’লা বেহা, জিলাখনৰ এটা গুদামৰ পৰা উদ্ধাৰ ৪৬০ বস্তা চাউল

হাইলাকান্দিত বগা চাউলৰ ক’লা বেহা, জিলাখনৰ এটা গুদামৰ পৰা উদ্ধাৰ ৪৬০ বস্তা চাউল

হাইলাকান্দিত বগা চাউলৰ ক’লা বেহা। জিলাখনৰ এটা গুদামৰ পৰা উদ্ধাৰ ৪৬০ বস্তা চাউল। আৰক্ষী আৰু যোগান বিভাগৰ যৌথ অভিযানত জব্দ চাউলখিনি। অনামিকা দাস নামৰ এগৰাকী মহিলাৰ গৃহত গুদামঘৰ ভাড়া লৈ বগা চাউলৰ ক’লা বেহা চলোৱাৰ অভিযোগ লিটন দাস নামৰ এগৰাকী লোকৰ বিৰুদ্ধে।

স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষী আৰু যোগান বিভাগে চলোৱা অভিযানত জব্দ চৰকাৰী আবণ্টিত চাউলখিনি। বৰ্তমানেও অভিযুক্ত লিটন দাসক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.