AssamCMO AssamInternationalleatest updateSocialঅসমদৈনিক বাতৰি

আজিৰে পৰা ৰাজ্যত বিলুপ্ত হ’ব মহকুমা

মহকুমাৰ পৰিৱৰ্তে গঠন কৰা হৈছে সম-জিলা

আজিৰে পৰা ৰাজ্যত বিলুপ্ত হ’ব মহকুমা

মহকুমাৰ পৰিৱৰ্তে গঠন কৰা হৈছে সম-জিলা

প্ৰথম পৰ্যায়ত উদ্বোধন কৰা হ’ব ৩৯খন সম-জিলা

আজি ২২খন আৰু কাইলৈ ১৭খন সম-জিলাৰ উদ্বোধন

মুখ্যমন্ত্ৰীসহ কেবিনেট মন্ত্ৰীয়ে উদ্বোধন কৰিলে সম-জিলা

সম-জিলাত থাকিব এগৰাকী ADC

প্ৰশাসনিক সংস্কাৰমূলক কাৰ্যত বৃহৎ সুবিধা হ’ব ৰাইজৰ

ভূমি-ৰাজহ সম্পৰ্কীয় সেৱা, উন্নয়ন আৰু জনকল্যাণমূলক আঁচনি ৰূপায়ণ, প্ৰশাসনিক ক্ষমতা, দণ্ডাধিকাৰী ক্ষমতা, খাদ্য আৰু অসামৰিক যোগান, আবকাৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, দুৰ্যোগ ব্যৱস্থাপনা সকলো দিশ সামৰি নাগৰিকৰ বাবে সুচল চৰকাৰী সেৱাৰ উদ্দেশ্যে গঠন এই সম-জিলা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.