Assamassam policeleatest updateSocialশ্ৰেণীবিহীন

বহিঃৰাজ্যত উদ্ধাৰ অসমৰ ৫ গৰাকী যুৱতী।

কেৰালাৰ তিৰুৱনন্তপুৰমৰ পৰা উদ্ধাৰ অসমৰ ভিন্ন জিলাৰ যুৱতীৰ।

বহিঃৰাজ্যত উদ্ধাৰ অসমৰ যুৱতী। কেৰালাৰ তিৰুৱনন্তপুৰমৰ পৰা উদ্ধাৰ অসমৰ ভিন্ন জিলাৰ পৰা সন্ধানহীন ৫ গৰাকী যুৱতী। কেৰালাত যুৱতীকেইগৰাকীক বলপূৰ্বকভাৱে অসামাজিক কাৰ্যত লিপ্ত কৰোৱাৰ কথা পোহৰলৈ আনিছে হোজাইৰ আৰক্ষীয়ে।

গোপন সূত্ৰৰ পম খেদি হোজাইৰ আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ এই ৫ যুৱতী। মানৱ সৰৱৰাহত জড়িতৰ বিৰুদ্ধে বৰ্তমান হোজাই আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 4 =

Back to top button