AssamCovid-19leatest updatenationalঅসমকেৰালাদৈনিক বাতৰিভাৰতস্বাস্থ্য

দেশত ক’ভিডৰ ভয়াৱহ সংক্ৰমণ, নতুন ভেৰিয়েণ্ট JN-1ক লৈ উদ্বিগ্ন কেন্দ্ৰ….

দেশত ক’ভিডৰ ভয়াৱহ সংক্ৰমণ, নতুন ভেৰিয়েণ্ট JN-1ক লৈ উদ্বিগ্ন কেন্দ্ৰ....

দেশত ক’ভিডৰ ভয়াৱহ সংক্ৰমণ

নতুন ভেৰিয়েণ্ট JN-1ক লৈ উদ্বিগ্ন কেন্দ্ৰ

JN-1 ভেৰিয়েণ্টত পুনৰ ৩ জনৰ মৃত্যু

দেশত ক্ৰমাগতভাৱে বৃদ্ধি আক্ৰান্ত ৰোগীৰ সংখ্যা

কেৰালাত সৰ্বাধিক লোক আক্ৰান্ত ক’ভিডত

বিগত ২৪ ঘণ্টাত ১১৫ গৰাকী ৰোগী ধৰা পৰিছে কেৰালাত

মাত্ৰ কেৰালাতেই এইপৰ্যন্ত আক্ৰান্ত ১,৭৪৯ গৰাকী

দেশত এইপৰ্যন্ত ৪ সহস্ৰাধিক লোক আক্ৰান্ত ক’ভিডত

বিগত ২৪ ঘণ্টাত ৬৩ জনৰ দেহত ধৰা পৰিছে JN-1ৰ অৱস্থিতি

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × three =

Back to top button