Assamঅসমদৈনিক বাতৰি

মৃত্যুদূতৰ ৰূপত মুখৰোচক পাণ মছলা, ৪৩ বিধ পাণ মছলাত ভয়ংকৰ ৰাসায়নিক

মৃত্যুদূতৰ ৰূপত মুখৰোচক পাণ মছলা, ৪৩ বিধ পাণ মছলাত ভয়ংকৰ ৰাসায়নিক

মৃত্যুদূতৰ ৰূপত মুখৰোচক পাণ মছলা

৪৩ বিধ পাণ মছলাত ভয়ংকৰ ৰাসায়নিক

পাণ মছলাত বিষাক্ত মেগনেছিয়াম কাৰ্বনেট

মেগনেছিয়াম কাৰ্বনেট কেন্সাৰ ৰোগৰ বাহক

পৰীক্ষণৰ পিছত উচ্চ ন্যায়ালয়ত তথ্য

তথ্য দিলে ৰাজ্যৰ মহাধিবক্তাই

৭ দিনৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ ৰাজ্য চৰকাৰক

৭ নৱেম্বৰত গোচৰটোৰ পৰৱৰ্তী শুনানি

বিমল, শিখৰ, ৰজনীগন্ধা আদিত মেগনেছিয়াম কাৰ্বনেট

যুৱনেতা জিতুল ডেকাই গুৱাহাটী হাই ক’ৰ্টত তৰিছিল গোচৰ

এই গোচৰৰ ভিত্তিতেই শুনানি গ্ৰহণ ন্যায়ালয়ৰ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.